অমিত শ্বাহক হাগ্ৰামাৰ স্মাৰক পত্ৰ

0 116
  • অমিত শ্বাহক স্মাৰক পত্ৰ হাগ্ৰামা মহিলাৰীৰ।
  • বিটিচি অঞ্চলৰ উন্নয়নৰ বাবে কেইবাটাও দাবী বিপিএফৰ।
  • অনুসূচিত জনজাতি সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰাৰ দাবীৰ লগতে বিধেয়কত কাৰ্বি আৰু বড়োক অন্তৰ্ভুক্ত কৰাৰ দাবী।
  • ২০০৩ চনত স্বাক্ষৰিত বড়ো চুক্তিত উল্লেখ আছিল এই কথা।
  • ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী স্মাৰক পত্ৰত।
  • অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণাৰ দাবীৰ লগতে বিদ্ৰোহী সমস্যা সমাধান কৰাৰো দাবী দলটোৰ।
  • আলফা আৰু এন ডি এফ বিৰে শান্তি আলোচনাৰ আহ্বান।
  • কোকৰাঝাৰত হেলিকপ্টাৰ সেৱা শুভাৰম্ভ কৰাৰ আহ্বান।
  • নাহৰলগুণ, তুৰা আৰু শিলিগুৰিলৈ সেৱা প্ৰৱৰ্তনৰ আহ্বান।
  • ডিব্ৰুগড় আৰু গুৱাহাটীলৈও হেলিকপ্টাৰ সেৱাৰ আহ্বান।
  • বেঁকী আৰু পাগলাদিয়া নৈৰ ওপৰত দলং নিৰ্মাণৰো দাবী।
  • জামদুৱাৰৰ পৰা ভৈৰৱকুণ্ডলৈ ঘাইপথৰ উন্নয়নৰ আহ্বান জনোৱাৰ লগতে নিৰ্বাচন সমাপন হোৱাৰ পিছতে ব্যৱস্থা লোৱাৰো আহ্বান।
Comments
Loading...