মিত্ৰতাঃ অগপ মহিলা পৰিষদৰ শীৰ্ষ নেতৃত্বৰ পদত্যাগ

0 82

মিত্ৰতাক লৈ অগপত আৰম্ভ অন্তৰ্কন্দল।

অগপৰ পৰা পদত্যাগ দীপাঞ্জলি বৰাৰ।

অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সম্পাদিকা বৰা।

যোৰহাট জিলা মহিলা পৰিষদৰ সভানেত্রী আছিল বৰা।

দলৰ শেহতীয়া কাম-কাজত অসন্তুষ্ট হৈ পদত্যাগ বৰাৰ।

সোমবাৰে নেতৃত্বৰ হাতত দাখিল কৰিব পদত্যাগ পত্ৰ।

Comments
Loading...