নাহৰকটীয়াত দুই ড্ৰাগ্ছ ব্যৱসায়ীক আটক

0 277
  • নাহৰকটীয়াত আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী।
  • ধৃত চাৱাং লৱাং আৰু প্ৰাঞ্জল বুঢ়াগোহাঁই ওৰফে মুন্না।
  • দুয়োজনৰ পৰা জব্দ কৰে ব্ৰাউন চুগাৰ, লগতে এখন বাইক।
  • এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু আৰক্ষীৰ।
Comments
Loading...