অসমৰ ৫ সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ

0 153
  • অসমৰ আন ৫টা সমষ্টিৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ।
  • মঙলদৈ সমষ্টিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা, তেজপুৰত এম জি ভি কে ভানু।
  • লখিমপুৰত অনিল বৰগোহাঁই, নগাঁৱত প্ৰদ্যুত বৰদলৈ আৰু ডিফুৰ প্ৰাৰ্থী বীৰেন সিং ইংতি।
  • কংগ্ৰেছে অসমত প্ৰকাশ কৰিলে মুঠ ১০জন প্ৰাৰ্থীৰ নাম।
  • পঞ্চমখন তালিকাত ৫৬টা সমষ্টি প্ৰাৰ্থীৰ নাম ঘোষণা।
Comments
Loading...