ভাতৃৰ হৈ ঋণৰ ধন পৰিশোধ কৰিলে মুকেশ আম্বাণীয়ে

0 206
  • উচ্চতম ন্যায়ালয়ৰ ডেডলাইনৰ পূৰ্বে এৰিকছন ঋণ পৰিশোধৰ গোচৰত ভাতৃ অনিল আম্বানীক মুক্ত কৰিলে মুকেশ আম্বানীয়ে।
  • মুকেশ আম্বানী, নীতা আম্বানীক ধন্যবাদ জনালে অনিল আম্বানীয়ে।
  • এৰিকছনৰ ঋণ পৰিশোধৰ বাবে অনিল আম্বানীক কঠোৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে।
  • ঋণ পৰিশোধ নকৰিলে অনিল আম্বানীৰ কাৰাবাস নিশ্চিত বুলি সকীয়াই দিছিল ন্যায়ালয়ে।
  • জ্যেষ্ঠ ভাতৃৰ বদান্যতাৰ পিছত ইৰিকছনে আৰকমৰ পৰা পাবলগীয়া ধনৰাশি পোৱা বুলি নিশ্চিত কৰিছে।
  • এৰিকচনক ৫৫০ কোটি ধন আদায় দিয়াৰ বাবে অনিল আম্বানীক মঙলবাৰলৈ সময়সীমা বান্ধি দিছিল উচ্চতম ন্যায়ালয়ে।
  • অন্যথা ৩ মাহৰ কাৰাবাস নিশ্চিত আছিল অনিল আম্বানীৰ।
Comments
Loading...