বৈধ ঘোষণা অনিল বৰগোহাঁইৰ মনোনয়ন

0 161
  • অৱশেষত বৈধ ঘোষণা অনিল বৰগোহাঁইৰ মনোনয়ন।
  • লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বৰগোহাঁই।
  • নথি বিসংগতিৰ বাবে মঙলবাৰে স্থগিত ৰখা হৈছিল বৰগোহাঁইৰ মনোনয়ন।
  • আজি মনোনয়ন বৈধ ঘোষণা কৰিলে নিৰ্বাচনী বিষয়াই।
  • লখিমপুৰত প্ৰদান বৰুৱাৰ বিৰুদ্ধে খেলিব নিৰ্বাচন।
Comments
Loading...