বিশ্বনাথত মাৰণাস্ত্ৰসহ ৪জনক আটক

0 90
  • বিশ্বনাথত মাৰণাস্ত্ৰসহ ৪জনক আটক।
  • এখন এল্ট’ গাড়ীত আৰক্ষীয়ে চলাই অভিযান।
  • অভিযানত জব্দ কৰে চাইলেঞ্চাৰ, এটা 3.3 ৰাইফল, ২০জাঁই গুলী।
  • মহিলাসহ ৪জনক আটক কৰে আৰক্ষীয়ে।
  • ধৃত আহমদ আলী, ইমৰান আলী আৰু হাছান আলী।
Comments
Loading...