Browsing Category

অসম

চাবুৱাত এটা পঞ্চায়তো দখল কৰিব নোৱাৰে অগপইঃ বিধায়ক বিনোদ হাজৰিকা

ডিজিটেল সংবাদ, চাবুৱাঃ পঞ্চায়ত নিৰ্বাচনৰ দিন ক্ৰমাত্ চমু চাপি আহিছে। তাৰ মাজতে চাবুৱাত আৰম্ভ বোকা ছটিওৱাৰ ৰাজনীতি। অগপ-বিজেপিৰ মাজত চলি থকা যুঁজখনে বাৰুকৈয়ে আমোদ দিছে চাবুৱাবাসীক। প্ৰধানকৈ চাবুৱা সমষ্টিত দুয়োটা দলৰ মাজতে মূল যুঁজখন হোৱাৰ…

আলফা দুভাগত বিভক্ত হৈছে ঃ অনুপ চেতিয়া

ডিজিটেল ডেস্কঃ ‘আলফা এতিয়া দুটা ভাগত বিভক্ত, পৰেশ বৰুৱাৰ নেতৃত্বত আলফা (স্বাধীন)।’- পৰেশ বৰুৱাক লৈ অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া। ‘আমাৰ যোগ্যতা আছে নে নাই স্পষ্ট হ’ব চুক্তিৰ পিছত।’- হাতীগাঁৱত সংবাদমেল পাতি এই মন্তব্য অনুপ চেতিয়াৰ। ‘আলফা…

বৰপেটাৰ বাঘবৰ মন্দিয়াত নাও দুৰ্ঘটনা

বৰপেটাৰ বাঘবৰ মন্দিয়াত নাও দুৰ্ঘটনা। ভেলেঙী নৈত বুৰ গ’ল কেৰাচিন কঢ়িওৱা নাও। কথমপি ৰক্ষা পৰিল নাৱৰীয়াসহ ৩জন লোক। সাতুৰি পাৰলৈ উঠে পানীত পৰা আটাইকেইজন। নাওখনত আছিল ৫৪টা কেৰাচিনভৰ্তি ড্ৰাম। মন্দিয়াৰ পৰা বাঘবৰলৈ নি আছিল…

চৰাইদেউত বাগানৰ পৰিচালকক নিশা অপহৰণ

ডিজিটেল সংবাদ, সোণাৰীঃ চৰাইদেউ জিলাৰ সাপেখাতিৰ টিমনহাবি চাহ বাগিছাৰ পৰিচালকক নোমল চন্দ্ৰ বৰুৱাক  অপহৰণ কৰাত বাগিছা খনৰ লগতে চৰাইদেউ জিলাত তীব্ৰ  চাঞ্চল‍্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে মঙলবাৰৰ নিশা প্ৰায় সাত মান বজাত সেনাৰ পৰিহিত পোচাকত আহি…

পঞ্চায়ত নিৰ্বাচনত এইবাৰ দুটা শিৱিৰত ভাগ হ’বঃ Exclusive Video

'জাতিৰ অস্তিত্বৰ সংকটত আমি দুটা শিৱিৰত ভাগ হব। অসমীয়া ভাষা, সংস্কৃতি ৰক্ষা কৰিব বিচৰা খিলঞ্জীয়া অসমীয়াই অসম গণ পৰিষদত আহিব লাগিব। যিসকল বাংলাদেশীৰ পৃষ্ঠপোষক, বাংলাদেশীক অসমত সংস্থাপন কৰি অসমীয়াক গৃহহীন কৰিব বিচৰাসকলে বিজেপিত যোগ দিয়ক। যাৰ…

পৰ্বতঝোৰাত অষ্টম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ 

ডিজিটেল সংবাদ, গৌৰীপুৰঃ গৌৰীপুৰৰ পৰ্বতঝোৰাত  অষ্টম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, বি টি এ ডিৰ কোকৰাঝাৰ জিলাৰ কাজিগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত পৰ্বতঝোৰাৰ দেবীতোলা তৃতীয় খণ্ড গাঁৱৰ ইয়াকুব আলীৰ পুত্র…

লাহোৱাল খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ব্যাপক অনিয়মৰ অভিযোগ

ডিজিটেল সংবাদ, লাহোৱালঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত ব্যাপক অনিয়ম হোৱা তথ্য পোহৰলৈ আহিছে।আমাৰ হাতত পৰা তথ্য অনুসৰি লাহোৱাল খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত তিতাডিমৰু কানৈ প্ৰাথমিক বিদ্যালয়ৰ…

ককায়েক মুন্নাক লৈ ফেচবুকত কি লিখিছিল ভগ্নী পাৰবিনে?

ডিজিটেল ডেস্কঃ বিলাসীতা চাকযি ত্যাগ কৰি দেশ আৰু জাতিৰ স্বাৰ্থত খুৰাকৰ পথেৰে গতি কৰিলে মুন্নাই। হয় আলফা স্বাধীন অসমৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ পুত্ৰ মুন্নাৰ কথাই ক'ব বিচাৰিছো। পেচাত ডিগবৈ ৰিফানেৰীৰ কনিষ্ঠ অভিযন্তা…

গুৱাহাটীত উত্তৰ পূব্বাঞ্চল ছাত্র সংগঠনৰ প্ৰতিবাদী বিক্ষোভ

গুৱাহাটী ক্লাৱত নেছ'ৰ উদ্যোগত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী। প্ৰতিবাদী কাৰ্যসূচীত আছুকে ধৰি ২৮ সংগঠনৰ অংশগ্ৰহণ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদ। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ…

আজি নতুন দিল্লীত জেপিচিৰ গুৰুত্বপূৰ্ণ বৈঠক

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ যুটীয়া সংসদীয় কমিটিৰ আজি গুৰুত্বপূৰ্ণ বৈঠক। যুটীয়া সংসদীয় কমিটী এই গুৰুত্বপূৰ্ণ বৈঠকত কেইবাটাও গুৰুত্ব সিদ্ধান্ত লোৱাৰ সম্ভাৱনা নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা বাদ পৰিব বাংলাদেশ! বাংলাদেশক…