Browsing Category

চাবুৱা বিশেষ

১৯ আৰু ২০ জানুৱাৰীত চাবুৱা হাতীআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সতীৰ্থ মিলন সমাৰোহ

ডিজিটেল সংবাদ, চাবুৱাঃ ইতিহাস প্ৰসিদ্ধ চাবুৱা হাতীআলি উচ্চ মাধ্যমিক বিদ্যালয়ত অহা বৰ্ষৰ ১৯ আৰু ২০ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে সতীৰ্থ মিলন সমাৰোহৰ আয়োজন কৰিছে। এই সন্দৰ্ভত দেওবাৰে হাতীআলি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সভাত মিলন…

চাবুৱাৰ দলঙৰ মৰণফান্দ

মনোজ চেতিয়াঃ মৰণফান্দত পৰিণত বগৰিতলীয়া বালিজান সংযোগী দলং। উপযুক্ত মেৰামতি আৰু তত্ত্বাৱধানৰ অভাৱত মৰণফান্দত পৰিণত হৈছে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ বগৰিতলীয়া বালিজান সংযোগী পথত থকা একমাত্ৰ দলংখন৷ উল্লেখযোগ্য যে এই পথেৰে নিতৌ শ শ লোকে অহা…

ৰহমৰীয়াত ‘শান্তিৰ মৌ কোঁহ’ শীৰ্ষক আলোচনী উন্মোচন

প্ৰশান্ত কোঁৱৰঃ ৰহমৰীয়া আৰক্ষী থানাত দেওবাৰে এখন আলোচনী উন্মোচন কৰা হয়। ৰহমৰীয়া আৰক্ষী থানা আৰু গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত হৰিকান্ত দুৱৰাৰ সম্পাদনাত "শান্তিৰ মৌ কোঁহ" নামৰ আলোচনীখন উন্মোচন কৰা হয়। আলোচনীখনিত ৰহমৰীয়াৰ লগতে চাবুৱা,…

গান্ধী জয়ন্তীৰ পূৰ্বে চাবুৱাত চাফাই অভিযান

ডিজিটেল সংবাদঃ গান্ধী জয়ন্তীৰ পূৰ্বে চাবুৱাৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে চলালে চাফাই অভিযান। ডিব্ৰুগড় চাবুৱাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান চাবুৱা মন্টফৰ্ট বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে ৰূপায়ন কৰে স্বচ্ছতাৰ অভিযান। স্বচ্ছ ভাৰত অভিযানৰ…

জেৰাই গাৱত সভা

ডিজিটেল ৰিপৰ্টঃ ডিব্ৰুগড় জিলা অন্তৰ্গত চাবুৱা জেৰাই গাঁৱত আজি অসম আন্দোলন সংগ্ৰামী মঞ্চৰ গঠন কৰাৰ সন্দৰ্ভত এখনি ৰাজহুৱা সভা আয়োজন কৰা হল। উত্ত সভাত প্ৰাক্তন মন্ত্ৰী তথা চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভৱেন বৰুৱা, শশাংক নেওগ, ইজৰাইল নন্দ,…

চাবুৱা সাহিত্য সভাৰ কাৰ্যনিবাহক সভা

চাবুৱা সাহিত্য সভাৰ আজি এখন কাৰ্যনিবাহক সভা অনুষ্ঠিত হয়। চাবুৱা সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা সভাত ভাগ্যেশ্বৰ গগৈক সভাপতি, পুস্তক ফুকনক সম্পাদক আৰু জগজীৱন গগৈক উপ-সভাপতি হিচাবে লৈ ২১ জনীয়া চাবুৱা শাখা সাহিত্য সভাখন পূৰ্ণাংগ ৰূপত গঠন কৰা…

চাবুৱা-টেঙাখাত গড়কাপ্তানী পথত গধূৰ যান-বাহন চলাচল নিষিদ্ধ

ডিজিটেল ৰিপৰ্ট, চাবুৱাঃ মৰণফাণ্ডলৈ পৰিণত হৈ পৰিছে চাবুৱা-টেঙাখাত সংযোগী পথ। জৰাজীৰ্ণ গড়কাপ্তানী পথটোৰ মেৰামতিৰ দাবী জনাই আজিৰে পৰা অনিৰ্দিষ্টকাললৈ গধূৰ যান-বাহন চলাচল বন্ধ কৰিছে তিনিটাকৈ সংগঠনে। মটক ছাত্ৰ সন্থা, নিৱনুৱা পৰিষদ আৰু বৃহত্তৰ…