Browsing Category

নগৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

ডিজিটেল ৰিপৰ্ট।chabualive.com। উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰানকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন আজি অনুষ্ঠিত হয়। প্ৰতিকুল বতৰকো নেউচি আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহন প্ৰক্ৰিয়াত  ছাত্ৰ ছাত্ৰী সকলে…

ৰাফেল বিমান ক্ৰয় কেলেংকাৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ডিজিটেল ৰিপৰ্ট।chabualive.com। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দ্বাৰা সংঘটিত ৰাফেল বিমান যুজাৰু ক্ৰয় কেলেংকাৰীৰ প্ৰতিবাদত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ডিব্ৰুগড়তো আজি জিলা কংগ্ৰেছ…

২৩ ছেপ্তেম্বৰত ডিব্ৰুগড়ত কাংকিন কেবাং

ডিজিটেল ৰিপৰ্টঃ টাকাম মিচিং পৰিণ কেবাঙৰ ডিব্ৰুগড় নগৰ সমিতিৰ উদ্যোগত ২৩ ছেপ্তেম্বৰত আয়োজন কৰিছে কাংকিন কেবাং। ডিব্ৰুগড় মুৰং অকুম লত্তাত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলগীয়া এই অনুষ্ঠানৰ বাবে ইতিমধ্যে প্ৰস্তুতি পূৰ্ণগতিত চলিছে। সোণোৱাল…

প্ৰদীপ হালৈ গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত

ডিজিটেল ডেস্কঃ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া প্ৰদীপ হালৈক গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে বৃহস্পতিবাৰে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। উল্লেখ্য যে ২০০৮ চনৰ ৬ নৱেম্বৰৰ পৰা ২০১১ চনৰ ৮…

গুৱাহাটীত মটক যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন 

ডিজিটেল ডেস্কঃ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ সপ্তম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অাৰু জনগোষ্ঠীয় সন্মিলনখন গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত শনি অাৰু দেওবাৰে গুৱাহাটীৰ শিল্পগ্ৰাম প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।…

ভেজাল খাদ্য মহানগৰীৰ ৰেষ্টুৰেন্টতঃ বন্ধৰ নিৰ্দেশ

ডিজিটেল সংবাদ, মহানগৰঃ গুৱাহাটী মহানগৰীৰ হোটেল, ৰেষ্টুৰেন্টৰ বিৰুদ্ধে বেজাল খাদ্য যোগানৰ অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপিত হৈ থকাৰ সময়তে সোমবাৰে সাতদিনৰ বাবে বন্ধৰ নিৰ্দেশ জাৰি কৰিছে। মহানগৰীৰ লাচিতনগৰস্থিত কস্তুৰী ৰেষ্টুৰেন্ট আৰু…