Browsing Category

আন্তঃ-ৰাষ্ট্ৰীয়

ফিলিপাইনছত ধুমুহা-ভূমিস্খলনত নিহত দুই শতাধিক

ডিজিটেল ৰিপৰ্টঃ ফিলিপাইনছত যোৱা এসপ্তাহ ধৰি অব্যাহত থকা এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন। ইপিনে ধুমুহাৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে দেশখনৰ প্ৰায় ১৬ লাখ কৃষক আৰু মাছমৰীয়া। এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে দুই শতাধিক লোকে।…

শান্তি আলোচনাৰ বাবে আগ্ৰহী পাক প্ৰধানমন্ত্ৰীৰ

শান্তি আলোচনাৰ বাবে আগ্ৰহী পাক প্ৰধানমন্ত্ৰীৰ ভাৰতৰ সৈতে শান্তি আলোচনাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে পাকিস্তান চৰকাৰে পাকিস্তানৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী ইমৰান খানৰ পত্ৰত প্ৰকাশ এই কথা ১৪ ছেপ্টেম্বৰত পাক প্ৰধানমন্ত্ৰীয়ে মোদীলৈ…

যুদ্ধ ক্ষমতাঃ প্ৰশিক্ষণৰ ম্যাদ ছমাহলৈ বৃদ্ধি চীন সেনাৰ

ডিজিটেল ৰিপৰ্টঃ চীনৰ সেনাই নতুনকৈ ভৰ্তি হবলগীয়া সেনাৰ প্ৰশিক্ষণৰ ম্যাদ তিনিমাহৰ পৰা ছমাহলৈ বৃদ্ধি কৰিছে। যুদ্ধৰ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে চীন সেনাই গ্ৰহণ কৰা এই সিদ্ধান্তৰ সম্পৰ্কত দেশখনৰ চৰকাৰী সাংবাদিকে জানিবলৈ দিছে। গ্লৱেল টাইমছে…

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ পত্নীৰ দেহাৱসান

ডিজিটেল ৰিপৰ্ট। chabualive.com। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ পত্নী কুলচুম নৱাজ মঙ্গলবাৰে লণ্ডনত মৃত্যু হয়। দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হৈ বৰ্তমান কাৰাবন্দী পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নী লণ্ডনত চিকিৎসাধীন হৈ আছিল।…

পাকিস্তানৰ ১৩ সংখ্যক ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ

ডিজিটেল ইন্টাৰনেশ্বনেল ৰিপৰ্টঃ পাকিস্তান তেহৰিক-ই-ইন্সাফ দলৰ জ্যেষ্ঠ নেতা আৰিফ আলবিয়ে দেওবাৰে ১৩ সংখ্যক ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ কৰে। মমনুন হুছেইনৰ পাঁচবছৰীয়া কাৰ্যকাল সম্পন্ন হোৱাৰ এদিন পিছতে আৰিফ আলবিৰ শপত গ্ৰহণ অনুষ্ঠিত কৰা হয়।…

ৰহিংগীয়া নৰসংহাৰ কাণ্ড পোহৰলৈ অনা দুই সাংবাদিকক ৭ বছৰৰ কাৰাদণ্ড

ডিজিটেল ৰিপৰ্টঃ ৰহিংগীয়া হত্যাকাণ্ডৰ পোহৰলৈ অনা ম্যানমাৰৰ দুই সাংবাদিকৰ বিৰুদ্ধে ৭ বছৰৰ কাৰাদণ্ড দিয়াক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰহিংগীয়া সমস্যাই গাঁ কৰি উঠাৰ সময়তে ম্যানমাৰ ৰাষ্ট্ৰই ৰখাইন প্ৰান্তত ১০ জনকৈ ৰহিংগীয়াক…

SAS ক শ্ৰেষ্ঠ সামাজিক, শৈক্ষিক, গৱেষণা কৰা সংস্থা হিচাপে আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান ।

আন্তঃৰাষ্ট্ৰীয় সংস্থা এন এফ পি এছ ৰ উদ্যোগত আজি হায়দেরবাদৰ হৰি হাৰ কলা ভৱনত আন্তৰাষ্ট্ৰীয় ফাৰ্মাচি সন্মিলন অনুষ্টিত হয় যত নেকি বিশ্বৰ কেইবাটাও দেশৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বহু গৱেষক, বৈজ্ঞানিক, ডক্টৰ লগতে গৱেষণা…