Browsing Category

ৰাষ্ট্ৰীয়

কেবিনেট মন্ত্ৰী অনন্ত কুমাৰ আৰু নাই

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ অন্যতম কেবিনেট মন্ত্ৰী তথা কৰ্ণাটকৰ জনপ্ৰিয় নেতা অনন্ত কুমাৰ আৰু নাই। আজি পুৱা বাংগালুৰুৰ এখন ব্যক্তিগত চিকিত্সালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মোদী চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অনন্ত…

আজি জাতীয় শৈক্ষিক দিৱস

আজি জাতীয় শৈক্ষিক দিৱস। ভাৰতৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্ম দিন উপলক্ষে প্ৰতিবছৰে পালন কৰা হয় জাতীয় শৈক্ষিক দিৱস হিচাপে। ১৮৮৮ চনৰ আজিৰ দিনটোতে মক্কাত জন্ম লাভ কৰিছিল মৌলানা আবুল কালাম আজাদে। এজন…

মৃত্যুৰ সন্মুখত এজন সাংবাদিকঃ ‘মা মই যদি জীয়াই থাকো, দেৱালীত আহিম।’

ডিজিটেল ডেস্কঃ মৃত্যুৰ সন্মুখত এজন দুৰন্ত সাহসী সাংবাদিক। নিৰ্বাচনৰ বাতৰি সংগ্ৰহ কৰিবলৈ বিপদত পৰিছে সাংবাদিকজন। ছত্তিশগড়ৰ দান্তেৱাড়াত দূৰ্গম পথেৰে গৈ নিৰ্বাচনী বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰা সময়তে মাওবাদীৰে মুখামুখি সংৰ্ঘষ হয়। সাংবাদিকজনৰ লগত…

৩ হাজাৰ কোটি টকাৰে নিৰ্মাণ ‘ষ্টেচু অৱ্ ইউনিটী’

ডিজিটেল ডেস্কঃ আজি উদ্বোধন হ'ব বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমূৰ্তি 'ষ্টেচু অৱ্ ইউনিটী'। গুজৰাটৰ নৰ্মদা জিলা কেৱডিয়া গাঁৱৰ চৰ্দাৰ সৰোবৰ বান্ধত নিৰ্মাণ কৰা চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৮২ মিটাৰ ওখ প্ৰতিমূৰ্তিটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব…

ৰাজস্থান কঁপাবলৈ সাজু ৰে’লৱে কৰ্মচাৰীসকল

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ ক'টা চহৰত অনুষ্ঠিতব্য অল ইণ্ডিয়া ৰে'লৱেমেনচ ফেডাৰেচনৰ ৯৪ তম বাৰ্ষিক অধিবেশনত যোগদান কৰিবলৈ এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ প্ৰায় ১২ শ প্ৰতিনিধিয়ে শনিবাৰে নিশা তিনিচুকীয়াৰ পৰা এখন বিশেষ ৰে'ল যোগে ৰাওনা হৈছে। ১ নৱেম্বৰৰ…

তনুশ্ৰী দত্তই মোক ধৰ্ষণ কৰিছিলঃ ৰাখী শ্বাৱন্ত

ডিজিটেল ডেস্কঃ চ'ছিয়েল মিডিয়াত সৃষ্টি হোৱা মি টু আন্দোলনে দেশৰ বলিউদ, ৰাজনীতি তথা সংবাদ জগতত আলোড়ন সৃষ্টি কৰিছে। বলিউদৰ মোহময়ী অভিনেত্ৰী তনুশ্ৰী দত্তই নানা পাটেকাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছতে এইবাৰ বলিউদৰ আন এগৰাকী…

৫ খন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি

দেশৰ ৫খন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি।  বোম্বে হাইক’ৰ্টৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি নৰেশ হৰিচন্দ্ৰ পাটিলক।  পূৰ্বে বোম্বে হাইক’ৰ্টৰে ন্যায়াধীশ আছিল পাটিল।  কৰ্ণাটক হাইক’টৰ ন্যায়াধীশ আজ্জিকুত্তিৰা সোমায়া বোপান্নাক…

উচ্চতম ন্যায়ালয়ত এন আৰ চিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ শুনানি

ডিজিটেল ডেস্কঃ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আজি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ গুৰুত্বপূৰ্ণ শুনানি সম্পন্ন হয়। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নাৰিমনৰে গঠিত দুজনীয়া বিচাৰপীঠত এই শুনানি অনুষ্ঠিত হয়। শুনানিত এন আৰ চিৰ…

এন আৰ চি আজি উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ ৰায়

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় নাগৰিপঞ্জীক লৈ আজি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত হ'ব গুৰুত্বপূৰ্ণ ৰায়। ৰাষ্ট্ৰীয় নাগৰিপ পঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা লোকৰ আৱেদনৰ স্থিতি সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ খণ্ড…

পৰেশ বৰুৱাক ধৰিবলৈ কৌশল ৰচিছে ভাৰত চৰকাৰে

ডিজিটেল ডেস্কঃ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক ধৰিবলৈ কৌশল ৰচিছে ভাৰত চৰকাৰে। ইতিমধ্যে আলফাৰ সেনাধ্যক্ষগৰাকীক কৰায়ক্ত কৰিবৰ কাৰণে ভাৰত-চীনৰ মাজত স্বাক্ষৰিত হ’ব বুজাবুজি চুক্তি। ২২ অক্টোবৰত ভাৰতৰ গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু…