Browsing Category

ৰাজনীতি

কংগ্ৰেছৰ অভিযোগঃ গোপন বুজাবুজিৰে নিৰ্বাচন খেলিছে অগপ-বিজেপিয়ে

ডিজিটেল ডেস্কঃ গোপন বুজাবুজি কৰি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে অগপ-বিজেপি। আজি এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই। আগন্তুক পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছৰ বাবে সুৱৰ্ণ সুযোগ বুলি মন্তব্য কৰি…

অগপৰ ৱাৰ্ড সদস্যৰ ঘৰে ঘৰে গৈ বিজেপিৰ ভাবুকিঃ শুনক অগপ নেতাৰ মন্তব্য

ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজখন। বি্জেপিয়ে শাসনত থাকিলেও এইবাৰ নিৰ্বাচনত কোনে অধিক পঞ্চায়ত দখল কৰিব সেইয়া এতিয়াও চূড়ান্ত কৰিব পৰা নাই যদিও প্ৰতিটো ৰাজনৈতিক দলে…

অগপৰ পিঠিত উঠিত বিধায়ক হৈছিল বিনোদ হাজৰিকাইঃ চাওক ভিডিঅ’

ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বাবে অগপ কোনো ফেক্টৰ নহয় বুলি কৰা মন্তব্যৰ পিছতে উভতি ধৰিছে ৰাজ্যৰ অন্যতম আঞ্চলিক দল অসম গণ পৰিষদে। আঞ্চলিক দলটোৰে এগৰাকী তৃণমূল নেত্ৰীয়ে চাবুৱা লাইভৰ আগত বিধায়ক বিনোদ হাজৰিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰে।…

পঞ্চায়ত নিৰ্বাচনলৈ সাজু কংগ্ৰেছ

পঞ্চায়ত নিৰ্বাচনক লৈ সাজু কংগ্ৰেছ। উজনি অসমত সম্পূৰ্ণ হৈছে প্ৰাৰ্থী তালিকা। নামনি অসমৰ কেইখনমান জিলাত বাকী আছে। বুধবাৰৰ ভিতৰত চূড়ান্ত হ’ব বাকী থকা জিলাসমূহৰ প্ৰাৰ্থী তালিকা। সোণাপুৰত অনুষ্ঠিত বৈঠকৰ অন্তত জনালে চন্দন…

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশঃ টিকট বঞ্চিত প্ৰাৰ্থীৰ ক্ষোভ

ডিজিটেল সংবাদ, লাহোৱালঃ ডিব্ৰুগড়ত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ ঢৌ। এতিয়া পঞ্চায়ত নিৰ্বাচনৰ ঢৌ। পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। তাৰ মাজতে পূৰ্ণ গতিত চলাইছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি। ইপিনে লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত…

ৰাজু চাহু আৰু দিগন্ত হাজৰিকাক ‘নপতা ৰজা’ আখ্যা বিধায়ক বিনোদ হাজৰিকাৰ

ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাত্ আকৰ্ষণীয় হৈ উঠিছে বিভিন্ন ৰাজনৈতিক দলৰ যুঁজখন। পিছ পৰি ৰোৱা নাই চাবুৱা বিধানসভা সমষ্টিও। আৰম্ভ হৈছে বোকা ছটিওৱা ৰাজনীতি। এইবাৰ বিধায়ক বিনোদ হাজৰিকাই আক্ৰমণৰ লক্ষ্য কৰি ললে…

পঞ্চায়ত নিৰ্বাচনত গণশক্তিৰে মিত্ৰতা বিজেপিৰ

ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনলৈ মাজত বাকী আছে মাত্ৰ দুটামান দিন। ইতিমধ্যে অগপৰ আৰু বিজেপিৰ মিত্ৰতাৰ জল্পনা কল্পনা ইতি পৰিছে। অগপৰ সৈতে মিত্ৰতা চূড়ান্তভাৱে বিফল হোৱাৰ পিছত এইবাৰ বিজেপিয়ে ৰাজ্যৰ জনগোষ্ঠীয় দলসমূহৰ সৈতে মিত্ৰতাৰ জাল পাতিছে।…

অগপ-বিজেপিয়ে পৃথকে পৃথকে খেলিব পঞ্চায়ত নিৰ্বাচন

পৃথকে পৃথকে পঞ্চায়ত নিৰ্বাচন খেলিব বিজেপি-অগপই। দুয়োটা দলৰ জিলা সমিতিসমূহে নিবিচাৰে মিত্ৰতা। নিশা চূড়ান্ত হ’ব বিজেপিৰ প্ৰাৰ্থী তালিকা। এই মন্তব্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ। গণ শক্তিৰ সৈতে মিত্ৰতাৰে নিৰ্বাচন খেলিব…

আজি ছত্তিশগড়ত নিৰ্বাচন

আজি ছত্তিশগড় বিধানসভাৰ নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১৮টা সমষ্টিৰ বাবে ভোটগ্ৰহণ। মাওবাদীৰ ভাবুকিৰ মাজতে কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰম্ভ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ ৪ হাজাৰ ৩৩৬টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে…

অসম আৰু অসমীয়াৰ কিছু কথা:নাছিম আহমেদ

NASIM AHMED Lovely Professional University কবলৈ দোষ লাগে যদিও নিৰ্বাচন শুনিলে আমাৰ মনত এতিয়া ঘৃণাৰ ভাৱ হয় । সৰু থাকোঁতে নিৰ্বাচন শুনিলে বহু কথা ভাবিছিলোঁ মনত ভাল নেতা ভাল ব্যক্তি এজনে নিজৰ ব্যক্তিগত স্বাৰ্থ এৰি সমাজৰ হকে কিবা কৰিবলৈ…