Browsing Category

খেল-ধেমালি

ডিব্ৰুগড়ত প্ৰথমবাৰলৈ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰম্ভ

ডিজিটেল ডেস্কঃ আজিৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা। প্ৰথমবাৰৰ ৰাজ্যৰ গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হোৱা ৬৪ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰিলে শক্তিমন্ত্ৰী তপন গগৈয়ে। গুৱাহাটী ক্ৰীড়া সন্থাৰ তত্বাৱধনাত…

ডিব্ৰুগড় জিলা মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা

ডিজিটেল সংবাদ ,লাহোৱালঃ ডিব্ৰুগড় জিলা মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতাখনি অহা ১০ আৰু ১১ নৱেম্বৰত চাবুৱা চেতিয়াগাওঁ খেল পথাৰত আয়োজন কৰিছে ৷ উক্ত প্ৰতিযোগিতাৰ পৰাই শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতালৈ প্ৰতিযোগী…

এদিনীয়া ক্ৰিকেট মেচঃ আজি গুৱাহাটীত উপস্থিত হব ভাৰত-ৱেষ্ট ইণ্ডিজ দল

ডিজিটেল ডেস্কঃ আজি গুৱাহাটীত উপস্থিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজ দল। ২১ অক্টোবৰত বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া ক্ৰিকেট মেচ। হায়দৰাবাদৰ পৰা বিশেষ বিমানেৰে আহিব দুয়োটা দল। ১৭ অক্টোবৰত আহিব বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়া।…

টেঙাখাট এফ চি চি দল ফাইনেইলত প্ৰৱেশ   

বিজুত বৰুৱা, পানীতোলাঃ গন্ধিয়া যুৱক সংঘৰ উদ্যোগত আৰু বৰগুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত, গন্ধিয়া গাঁও খেলপথাৰত অনুষ্ঠিত হৈ থকা, "স্বৰ্গীয় ৰুহিনী গোহাঁই" সোঁৱৰণী দশম বাৰ্ষিক আমন্ত্ৰণমূলক…

গুৱাহাটীত ভাৰত-ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটঃ ১১ অক্টোবৰৰ পৰা অনলাইন টিকট

ডিজিটেল স্পৰ্টছঃ ২১ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ। গুৱাহাটীৰ বৰ্ষাপাৰাত ষ্টেডিয়ামত অনুষ্ঠিত হবলগীয়া মেচখন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে অসম ক্ৰিকেট সন্থাই পূৰ্ণগতিত প্ৰস্তুতি চলাই আছে।…

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সমিতি গঠন

ডিজিটেল ডেস্কঃ অৱশেষত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্হা জামছেদ খান আৰু মনীন্দ্ৰ নাথ শইকীয়াৰ নেতৃত্বাধীনৰ অৱসান ঘটিল। সুদীৰ্ঘ নটা বছৰ দখলত থকাৰ পাছত যোৱা নিশা হোৱা সাধাৰণ নিৰ্বাচন ত তীব্ৰ প্ৰতিদ্বন্দিতাৰ মাজেৰে ডিব্ৰুগড় জিলাৰ ক্ৰীড়া সন্হাৰ…

অসম খু খু এচ’চিয়েচন ৰেফাৰি বৰ্ডৰ পৰীক্ষাৰ ফলাফল ঘোষণা

ডিজিটেল সংবাদ, লাহোৱালঃ অসম খু খু এচ'চিয়েচনে অনুষ্ঠিত কৰা ৰেফাৰী বৰ্ডৰ পৰীক্ষাত ডিব্ৰুগড় জিলাখনৰ চাৰিগৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। যোৱা ৮ এপ্ৰিলত নলবাৰীত অনুষ্ঠিত হৈ যোৱা অসম খু খু এচচিয়েচন ৰেফাৰি বৰ্ডৰ…

দ্বিতীয় বাৰ্ষিক সমন্বয় ট্ৰফী প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা 

ডিজিটেল সংবাদ, লাহোৱাল ঃ সুদীৰ্ঘ ২২ বছৰৰ অন্তত ডিব্ৰুগড় জিলাৰ লাহোৱালৰ অন্যতম ক্ৰীড়া আৰু সাংস্কৃতিক অনুষ্ঠান লাচিত সংঘৰ উদ্যোগত বকপৰা মাজ গাও স্হিত নিজ খেল পথাৰত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক সমন্বয় ট্ৰফী প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাৰ আজি…

মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতাত লাহোৱালৰ খেলুৱৈয়ে আজুৰি আনিলে সোণৰ পদক

ডিজিটেল সংবাদ, লাহোৱালঃ গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাজ্যিক ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ডিব্ৰুগড় লাহোৱালৰ খেলুৱৈয়ে সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে। জিলাখনৰ বকপৰা মাজগাঁৱৰ নিবাসী মৃদুল গগৈ আৰু ৰশ্মিৰেখা গগৈৰ একমাত্ৰ সন্তান নিহাৰ গগৈয়ে যোৱা…

বেটমলা এফ চি জয়

বাণীকান্ত গোহাঁইঃ জেৰাই আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত অনুষ্ঠিত হৈছে প্ৰাইজমণি ফুটবল প্ৰতিযোগীতা। আজি বেটমেলা এফ চি আৰু নবৰংগ এফ চি মাজত অনুষ্ঠিত হোৱা খেলত  ড্ৰ হোৱাত দুয়োটা দলৰ মাজত হোৱা প্লান্টিকত বেটমেলা এফ চিয়ে জয়লাভ কৰিবলৈ সক্ষম হয়।…